19 C
Guwahati
Sunday, November 27, 2022
More

    ৰাইজে বনোৱা পথত পঞ্চায়ত সদস্যই চৰকাৰী ফলক লগাই ধন আত্মসাতৰ অভিযোগ

    হাইলাকান্দিৰ আলগাপুৰত উত্থাপিত হৈছে এক গুৰুতৰ অভিযোগ। ৰাইজে বনোৱা পথত পঞ্চায়ত সদস্যই চৰকাৰী ফলক লগাই ধন আত্মসাতৰ অভিযোগ।

    ৰাইজে এটা দুটকা কৈ পইচা তুলি বনোৱা এটি সাধাৰণ কেচাঁ ৰাজহুৱা পথতেই চৰকাৰৰ নাম ফলত লগাইধন আত্মসাৎৰ অভিযোগ উঠিল এজন আঞ্চলিক পঞ্চায়ত সদস্যৰ বিৰুদ্ধে।

    সমষ্টিৰ আলগাপুৰ গাঁও পঞ্চায়ততেই সংঘটিত হৈছে এই ঘটনা। আলগাপুৰৰ আঞ্চলিক পঞ্চায়ত সদস্যৰ প্ৰতিনিধিৰ নাম শ্বামিম আহমেদ লস্কৰ।

    হাইলাকান্দি জিলাৰ আলগাপুৰ সমষ্টিৰ “আলগাপুৰ” গাঁও পঞ্চায়তত এনৰেগা প্রকল্পৰ নামত উঠিল এই গুৰুতৰ অভিযোগ।

    বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত এই অভিযোগ উত্থাপন কৰি তদন্ত বিচাৰিলে আলগাপুৰ গাঁও পঞ্চায়তৰ “পদ্মাৰপাৰ” গাঁৱৰ ক্ষুব্ধ ৰাইজে।

    Input and Photo Credit: @rahatul Akhtar Borbhuyan

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং