27 C
Guwahati
Wednesday, October 13, 2021
More

    Breaking: ৰাজ্যত এবছৰৰ বাবে নিষিদ্ধ গুটখা আৰু পাণ মছলা

    ৰাজ্যত ইয়াৰ উৎপাদন, সংৰক্ষণ, পৰিবহন আৰু বিক্ৰী কৰিব নোৱাৰিব।

    খাদ্য সুৰক্ষা বিভাগে অসমত এবছৰৰ বাবে প্ৰতিবন্ধকতা লগালে গুটখা,পাণ মছলা আৰু তেনেধৰণৰ অন্য সামগ্ৰীত। এতিয়াৰে পৰা ৰাজ্যত ইয়াৰ উৎপাদন, সংৰক্ষণ, পৰিবহন আৰু বিক্ৰী কৰিব নোৱাৰিব। ধঁপাত আৰু নিকটিনজাতীয় সামগ্ৰীৰ বিৰুদ্ধে কঠোৰ চৰকাৰ।

    যদি কোনো লোকক এনে উৎপাদন, বিক্ৰী বা তেনেধৰণৰ কোনো কামৰ লগত জড়িত দেখা যায়, তেন্তে এয়া আইন অনুসৰি দণ্ডনীয় হ’ব। বুধবাৰে পুৱা এই নিৰ্দেশনা জাৰি কৰে অসম খাদ্য সুৰক্ষা বিভাগে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং