বৃহস্পতিবাৰে পাকিস্তানে সফলতাপূৰ্ণ Ballistic missile Ghaznavi পৰীক্ষণ কৰিলে। গজনবী surface to surface ২৯০ৰ পৰা ৩২০ কিলোমিটাৰ দূৰত্বলৈ নিক্ষেপ কৰিব পাৰিব বুলিও দাবী পাকিস্তানৰ।
এই মিছাইলটোৱে ৭০০ কিলোগ্ৰাম বিস্ফোৰক লৈ যোৱাৰ ক্ষমতা আছে। ইয়াৰ পৰীক্ষণ কৰা হৈছে কৰাচীৰ সমীপৰ ছোনমিয়ানী উৰণ পৰীক্ষণ ৰেঞ্জত। আশা কৰা মতেই নিশা মিছাইল পৰীক্ষণ পাকিস্তানৰ।

বৃহস্পতিবাৰে এই কথা টুইটাৰযোগে এই কথা প্ৰকাশ কৰে ISPR সঞ্চালক প্ৰধান আছিফ ঘাফুৰে।