27 C
Guwahati
Friday, September 17, 2021
  • হোম
  • ভিডিও
  • টাইমকাষ্ট
More

    ইমৰান খানে ভাৰতক মুকলিকৈ দিলে পাৰমানৱিক যুদ্ধৰ ভাবুকি, ক’লে ভাৰতৰ সৈতে আলোচনা কৰাৰ কোনো অৰ্থই নাই

    পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে বুধবাৰে ক'লে যে তেওঁ এতিয়া ভাৰতৰ সৈতে আলোচনা কৰাৰ আৱেদন নজনাই। ইয়াৰ লগতে তেওঁ ক'লে পাৰমানৱিক শক্তি সম্পন্ন দুয়োখন দেশৰ মাজত সেনা সংঘৰ্ষ বৃদ্ধি কৰিব।

    • জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ আঁতৰোৱাৰ পিছতে স্তৱ্ধ হৈ পৰিছে
    • ইমৰানে ক’লে- এতিয়া ভাৰতৰ সৈতে আলোচনাৰ কোনো অৰ্থ নাই
    • ইমৰানে পুনৰ দিলে যুদ্ধৰ ভাবুকি

    পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে বুধবাৰে ক’লে যে এতিয়া ভাৰতৰ সৈতে আলোচনা কৰিবলৈ আৱেদন নজনাও। ইয়াৰ লগতে ইমৰান খানে পুনৰ পাৰমানৱিক যুদ্ধৰ ভাবুকি প্ৰদান কৰিলে।

    বিদেশী মিডিয়া অনুসৰি এটা সাক্ষাতকাৰত পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে অভিযোগ উত্থাপন কৰি কয় যে তেওঁ বাৰে-বাৰে আলোচনা কৰিবলৈ অনুৰোধ কৰিছে কিন্তু ভাৰতীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৰুত্ব প্ৰদান নকৰিলে।

    কাশ্মীৰত অনুচ্ছেদ ৩৭০ আঁতৰোৱাৰ মোদী চৰকাৰৰ এই সিদ্ধান্তৰ পিছতে ইমৰান খানে ধাৰাবাহিকভাৱে কৰি আছে মন্তব্য। আমেৰিকাৰ বাতৰিকাকত দ্যা নিউ য়ৰ্ক টাইমত হোৱা সাক্ষাতকাৰত ইমৰান খানে ক’লে, ‘এতিয়া তেওঁলোকৰ সৈতে কথা পতাৰ কোনো লাভ নাই। মই আলোচনা কৰাৰ বহুত চেষ্টা কৰিলো, কিন্তু লাভ একো নহ’ল।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং

    Breaking: অসম আৰক্ষীৰ নতুন সঞ্চালক প্ৰধান(ভাৰপ্ৰাপ্ত) পদত নিযুক্ত ভাস্কৰ জ্যোতি মহন্ত

    UPSC ৰ বৈঠকতহে অসমৰ পৰৱৰ্তী পুৰ্ণকালীন আৰক্ষী সঞ্চালকপ্ৰধান কোন হ’ব সেই লৈ সিদ্ধান্ত গ্ৰহণ কৰা হ’ব

    কৰ’ণা সতৰ্কতাঃ প্ৰথমবাৰলৈ কোনো প্ৰতিবাদ অবিহনে বন্ধ হ’ল অসমৰ চাহ বাগিচা

    চাহ শ্ৰমিকৰ মজুৰি প্ৰদান কৰিবলৈ প্ৰতিখন বাগিচাৰ মালিকপক্ষক দাবী আটছাৰ

    করিমগঞ্জে নিখোঁজ যুবতীর ঝুলন্ত মরদেহ উদ্ধার, খুনের অভিযোগ মায়ের

    নিখোজ হওয়া প্রায় বছর ১৬-র যুবতীর লাশ উদ্ধার।এ নিয়ে তীব্র চাঞ্চল্য বিরাজ করছে উত্তর করিমগঞ্জের জাতুয়া গ্রামে।

    বিজেপি জমানায় বরাকে ভাষিক আগ্রাসনের কোনও শঙ্কা নেই : রাজদীপ

    বিজেপি জমানায় বরাক উপত্যকায় ভাষিক আগ্রাসনের কোনও শঙ্কা নেই। চাকরির ক্ষেত্রে বরাক বঞ্চনার অভিযোগ ভিত্তিহীন।

    যুবতীর পেটে ১০ কেজি ওজনের টিউমার, সফল অস্ত্রোপচার শিলচরে

    শিলচরের এক নার্সিংহোমে এই যুবতীর অস্ত্রোপচার করেন স্ত্রীরোগ বিশেষজ্ঞ ডা: সুব্রত ভট্টাচার্য সহ তার সঙ্গী চিকিৎসক ডা: দেবাশিস বিশ্বাস ও ডা: অরিন্দম ভট্টাচার্য।

    BREAKING : শিলচর মেডিক্যালে চল্লিশ শয্যার আইসিইউ ওয়ার্ডের উদ্বোধন করলেন হিমন্তবিশ্ব

    শিলচর মেডিক্যাল কলেজ হাসপাতালে চল্লিশ শয্যার আইসিইউ ওয়ার্ডের উদ্বোধন করলেন রাজ্যের স্বাস্থ্যমন্ত্রী ডঃ হিমন্তবিশ্ব শর্মা।