27 C
Guwahati
Thursday, December 2, 2021
More

    ভাৰতৰ বিৰুদ্ধে আফগানিস্তানত পাকিস্তানৰ বৃহৎ ষড়যন্ত্ৰ; কৰিব পাৰে আত্মঘাতী আক্ৰমণঃ সূত্ৰ

    সূত্ৰ অনুসৰি এই সন্ত্ৰাসবাদী সংগঠনটোৱে বহু লোক ভৰ্তিও হৈছে আৰু এই লোকসকলৰ ভিতৰত আছে কেইবাগৰাকীও ভাৰতীয়

    পাকিস্তানৰ চোৰাংচোৱা এজেঞ্চী ISI আফগানিস্তানত ভাৰতীয় মিছনত আত্মঘাতী আক্ৰমণ কৰাৰ ষড়যন্ত্ৰ কৰিছে। বিস্ফোৰকভৰ্তি বাহনেৰে আত্মঘাতী আক্ৰমণ কৰাৰ সম্ভাৱনা। চোৰাংচোৱাৰ ৰিপৰ্ট অনুসৰি ISI-এ লস্কৰ-এ-তেয়বা আৰু ISISৰ সৈতে মিলি ষড়যন্ত্ৰ ৰচিছে।

    সূত্ৰ অনুসৰি এই সন্ত্ৰাসবাদী সংগঠনটোৱে বহু লোক ভৰ্তিও হৈছে আৰু এই লোকসকলৰ ভিতৰত আছে কেইবাগৰাকীও ভাৰতীয়। আফগানিস্তানত ভাৰতীয় মিছনত আক্ৰমণৰ বাবে ISKP আৰু লস্কৰৰ মাজত ৰাখিছে সম্পৰ্ক। কাবুলত ISKP কমাণ্ডৰ মতীন মোবিয়াক ভাৰতীয় মিছনত আক্ৰমণ কৰাৰ দায়িত্ব প্ৰদান কৰা হৈছে। ৫ আত্মঘাতী আক্ৰমণকাৰীক এই মিছনৰ বাবে অনুশীলন দিয়া হৈছে।

    Photo credit: newsstate.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং