- পাকিস্তানে LoCৰ সমীপত পঠিয়ালে ১০০ কমাণ্ডো
- ভাৰতীয় সেনা পাকিস্তানক প্ৰত্যুত্তৰ দিবলৈ সাজু
- LoCত ভাৰতীয় সেনাৰ ছাউনী এলাৰ্ট
আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কাশ্মীৰ বিষয়টো উত্থাপন কৰাৰ মাজতে পাকিস্তানে বিশেষ বাহিনীৰ ১০০ কমাণ্ডো পঠিয়াইছে LoCত। ইয়াৰ পিছতে আশংকা প্ৰকাশ কৰিছে যে পাকিস্তানে ভাৰতৰ বিৰুদ্ধে নতুন ষড়যন্ত্ৰ ৰচিব পাৰে।
সূত্ৰ অনুসৰি ভাৰতীয় সেনাই পাকিস্তানী সেনাক প্ৰত্যুত্তৰ দিবলৈ সাজু হৈ আছে। সেনা আৰু সেনাৰ ছাউনীক সতৰ্ক হৈ থাকিবলৈ দিয়া হৈছে।
Photo Credit: indiatoday.in