২৭ ঘণ্টা ধৰি অন্তৰ্ধান হৈ থকাৰ হঠাৎ আত্মপ্ৰকাশ ঘটিছিল পি চিদাম্বৰমৰ।
বুধবাৰে সংবাদমেলত অংশগ্ৰহণ কৰি তীব্ৰগতিৰে সংবাদমেলৰ পৰা পলায়ন কৰিছিল। সেই স্থানত CBৰ দল উপস্থিত হোৱাৰ পূৰ্বে সেই স্থানৰ পৰা গুচি গৈছিল চিদাম্বৰম। দেৱাল পাৰ হৈ CBIৰ দল উপস্থিত হৈছিল চিদাম্বৰমৰ গৃহত। চিদাম্বৰম গৃহত প্ৰৱেশ কৰাৰ সময়ত ‘চিদাম্বৰম চ্যোৰ হে, চিদাম্বৰম চ্যোৰ হে বুলি চিঞৰিছিল জনতাই।
১৫ মিনিটেত CBIৰ দল উপস্থিত হৈছিল চিদাম্বৰমৰ বাসগৃহত। দিল্লী আৰক্ষীও উপস্থিত হৈছিল পি চিদাম্বৰমৰ বাসগৃহত।