20 C
Guwahati
Thursday, January 27, 2022
More

    গ্ৰেপ্তাৰ হ’ল পি চিদাম্বৰম, নিজ বাসগৃহৰ পৰা CBIৰ দলে গ্ৰেপ্তাৰ কৰে

    সংবাদমেলত অংশগ্ৰহণ কৰি তীব্ৰগতিৰে সংবাদমেলৰ পৰা পলায়ন কৰে। সেই স্থানত CBI দল উপস্থিত হোৱাৰ পূৰ্বে সেই স্থানৰ পৰা গুচি গ'ল চিদাম্বৰম।

    ২৭ ঘণ্টা ধৰি অন্তৰ্ধান হৈ থকাৰ হঠাৎ আত্মপ্ৰকাশ ঘটিছিল পি চিদাম্বৰমৰ।

    বুধবাৰে সংবাদমেলত অংশগ্ৰহণ কৰি তীব্ৰগতিৰে সংবাদমেলৰ পৰা পলায়ন কৰিছিল। সেই স্থানত CBৰ দল উপস্থিত হোৱাৰ পূৰ্বে সেই স্থানৰ পৰা গুচি গৈছিল চিদাম্বৰম। দেৱাল পাৰ হৈ CBIৰ দল উপস্থিত হৈছিল চিদাম্বৰমৰ গৃহত। চিদাম্বৰম গৃহত প্ৰৱেশ কৰাৰ সময়ত ‘চিদাম্বৰম চ্যোৰ হে, চিদাম্বৰম চ্যোৰ হে বুলি চিঞৰিছিল জনতাই।

    ১৫ মিনিটেত CBIৰ দল উপস্থিত হৈছিল চিদাম্বৰমৰ বাসগৃহত। দিল্লী আৰক্ষীও উপস্থিত হৈছিল পি চিদাম্বৰমৰ বাসগৃহত।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং