27 C
Guwahati
Wednesday, October 13, 2021
More

    পিয়াঁজে কোবালে চেঞ্চুৰী; ৰঙা পিয়াঁজে কন্দুৱাইছে ৰাজ্যবাসীক

    পাইকাৰী বজাৰৰ পৰা খুচুৰা বজাৰতো হোৰাহোৰে বাঢ়িছে এতিয়া পিয়াঁজৰ মূল্য

    পিয়াঁজে কোবালে চেঞ্চুৰী৷ পিয়াঁজৰ আকাশলংঘী মূল্যই সাধাৰণ ৰাইজক শোধাইছে মাধমাৰ৷ চুবুৰীয়া পশ্চিমবংগকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত এতিয়া পিয়াঁজৰ মূল্য ১০০ টকা৷

    পাইকাৰী বজাৰৰ পৰা খুচুৰা বজাৰতো হোৰাহোৰে বাঢ়িছে এতিয়া পিয়াঁজৰ মূল্য৷ ১০০ টকীয়া ৰঙা পিয়াঁজে কন্দুৱাইছে ৰাজ্যবাসীক৷

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং