31 C
Guwahati
Wednesday, September 28, 2022
More

    ধিঙত ভয়াৱহ পথ দুৰ্ঘটনা, থিতাতে নিহত এজন লোক

    ধিঙৰ পৰা ঘৰলৈ উভতাৰ পথতে ৰৈ থকা এখন ইটাভৰ্তি টেক্টৰত খুন্দিওৱাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা

    ধিঙৰ চহৰীয়া গাঁৱত সংঘটিত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন লোক আৰু আহত এজন লোক। নিহত যুৱকজনৰ নাম ৰতন বসুমতাৰী। দুৰ্ঘটনাটোত আহত সঞ্জয় বসুমতাৰী নামৰ লোকজনক সংকটজনক অৱস্থাত হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।

    ধিঙৰ পৰা ঘৰলৈ উভতাৰ পথতে ৰৈ থকা এখন ইটাভৰ্তি টেক্টৰত খুন্দিওৱাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা। ঘটনাস্থলীত ধিং আৰক্ষী উপস্থিত হৈ মৃতেদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং