29 C
Guwahati
Saturday, October 23, 2021
More

    CAA বিৰোধিতাৰ বিষয়ে ক’বলৈ গৈ যোৰহাটৰ আৱৰ্ত ভৱনত ধৃত যুৱক

    যুৱকজনৰ নাম ঋতুৰাজ গোস্বামী বুলি জানিব পৰা গৈছে

    যোৰহাটৰ আৱৰ্ত ভৱনত আটক যুৱক। কা বিৰোধিতাৰ বিষয়ে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসক ক’বলৈ গৈছিল যুৱকজনে। আজি এক দলীয় সভাত ভাগ ল’বলৈ আহিছিল বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, বিত্ত মন্ত্রী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, যোৰহাট লোক সভাৰ সমষ্টিৰ সাংসদ তপন গগৈ আৰু যোৰহাটৰ সাংসদ তথা বিধানসভাৰ অধ্যক্ষ হিতেন গোস্বামী।

    যুৱকজনৰ নাম ঋতুৰাজ গোস্বামী বুলি জানিব পৰা গৈছে। যুৱকজনক আটক কৰি আৰক্ষীৰ সোধাপোছা অব্যাহত।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং