31 C
Guwahati
Wednesday, September 28, 2022
More

    বিদ্যুতৰ তাঁৰত লাগি এজন আহত, দেহৰ ৮০ শতাংশ অগ্নিদগ্ধ

    সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় লোকজনক

    গুৱাহাটীৰ ছয়মাইলত বিদ্যুতৰ তাঁৰত লাগি আঘাতপ্ৰাপ্ত এজন লোক। বিদ্যুৎস্পৃষ্ট হৈ দেহৰ ৮০ শতাংশয়ে জ্বলি যায় লোকজনৰ। ছয়মাইল উৰণীয়া সেঁতুৰ সমীপত বিল্ডিং নিৰ্মাণৰ কামত নিয়োজিত আছিল শ্ৰমিকজন।

    নিৰ্মীয়মান ৰূপহী নামৰ বিল্ডিঙত সংঘটিত হৈছে এই ঘটনা। সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় লোকজনক।

    Image Credit: equipmentworld.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং