20 C
Guwahati
Thursday, January 27, 2022
More

    BREAKING: জাপানীজ এনচেফেলাইটিছৰ আতংক, মৃত এগৰাকী ছাত্ৰী

    দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰীৰ মৃত্যু হয়।

    বাক্সাৰ দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰীৰ মৃত্যু হয় জাপানীজ এনচেফেলাইটিছত আক্ৰান্ত হয়। মৃত ছাত্ৰীগৰাকীৰ নাম হ’ল বালিকা ছেত্ৰী। GMCHত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় ছাত্ৰীগৰাকীৰ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং