30 C
Guwahati
Friday, September 23, 2022
More

    দ্ৰুতবেগী বাহনৰ খুন্দাত নিহত এজন লোক, শিৱসাগৰত সংঘটিত এই ঘটনা

    দ্ৰুতবেগী বাহনৰ খুন্দাত নিহত লোকজনৰ নাম তপন মেচ। হাৰিপৰা আলিৰ বাসিন্দা আছিল মৃত লোকজন

    শিৱসাগৰৰ হাঁহচৰা হাৰিপৰা আলিত দ্ৰুতবেগী বাহনৰ খুন্দাত নিহত চাইকেল আৰোহী। নাজিৰাৰ পৰা শিৱসাগৰ অভিমুখী আছিল বাহনখন। দ্ৰুতবেগী বাহনৰ খুন্দাত নিহত লোকজনৰ নাম তপন মেচ। হাৰিপৰা আলিৰ বাসিন্দা আছিল মৃত লোকজন।

    দ্ৰুতবেগী বাহনৰ খুন্দাত ক্ষত-বিক্ষত হৈ পৰে লোকজনৰ মৃতদেহ। দুৰ্ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন বাহনসহ চালকৰ। বাহনখনৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

    Image credit: greaterkashmir.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং