25 C
Guwahati
Thursday, October 21, 2021
More

    ১৫ ডিচেম্বৰত গুৱাহাটীলৈ আহিব প্ৰধানমন্ত্ৰী মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰী

    দুদিনীয়া কাৰ্যসূচীৰে দুই ৰাষ্ট্ৰপ্ৰধানৰ অসম ভ্ৰমণ

    ১৫ ডিচেম্বৰত গুৱাহাটীলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আহিব জাপানৰ প্ৰধানমন্ত্ৰী চিনজ’ আবেও। দুদিনীয়া কাৰ্যসূচীৰে দুই ৰাষ্ট্ৰপ্ৰধানৰ অসম ভ্ৰমণ।

    Video : Time8

    মহানগৰীৰ ফাঁচীবজাৰৰ লাচিত ঘাটত আছে নৰেন্দ্ৰ মোদী-চিনজ’ আবেৰ বিশেষ কাৰ্যসূচী। দেশৰ প্ৰধানমন্ত্ৰী আৰু জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ লাচিত ঘাটত চলিছে ব্যাপক আয়োজন।

    Photo : Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং