28 C
Guwahati
Wednesday, October 27, 2021
More

    ‘তাজিয়া কাণ্ড’, বদলি কৰিলে আন এজন আৰক্ষীক

    ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক সুভাষিনী শংকৰণক তৎক্ষণিকভাৱে বদলিৰ পাছত আজি বদলি কৰা হ'ল ডিব্ৰুগড় সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰদীপ কুমাৰ বৰাকো

    ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক সুভাষিনী শংকৰণক তৎক্ষণিকভাৱে বদলিৰ পাছত আজি বদলি কৰা হ’ল ডিব্ৰুগড় সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰদীপ কুমাৰ বৰাকো। ডিব্ৰুগড় সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰদীপ কুমাৰ বৰাক সীমান্ত শাখালৈ বদলি কৰি ডিব্ৰুগড় সদৰ থানালৈ পূৰ্বৰ ভাৰপ্ৰাপ্ত বিষয়া তথা বৰ্তমান ধেমাজি সদৰ থানা ভাৰপ্ৰাপ্ত বিষয়া সিদ্ধেশ্বৰ বৰাক দিয়া হৈছে দায়িত্ব।

    ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক সুভাষিনী শংকৰণক 10APBNলৈ বদলি কৰি ডিব্ৰুগড়লৈ পূৰ্বৰ আৰক্ষী অধীক্ষক গৌতম বৰাক আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়াৰ পাছত পুনৰ সদৰ থানালৈ পূৰ্বৰ ভাৰপ্ৰাপ্ত বিষয়াজনকে দিয়ে দায়িত্বভাৰ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং