25 C
Guwahati
Thursday, October 21, 2021
More

    Breaking: প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ NSG নিৰাপত্তা প্ৰত্যাহাৰ

    কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে গ্ৰহণ কৰিলে এই সিদ্ধান্ত

    প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ NSG নিৰাপত্তা প্ৰত্যাহাৰ। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে গ্ৰহণ কৰিলে এই সিদ্ধান্ত। এতিয়াৰে Z plus নিৰাপত্তাহে থাকিব প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ।

    CRPF-এ নিৰাপত্তা প্ৰদান কৰিব প্ৰফুল্ল কুমাৰ মহন্তক। পূৰ্বেও কৰ্তন কৰা হৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ NSG নিৰাপত্তা ব্যৱস্থা।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং