28 C
Guwahati
Wednesday, September 21, 2022
More

    চৰাইদেউত আটক NSCN(K) কেডাৰ, জব্দ এটা .২২ পিষ্টল

    ধৃত কেডাৰজনৰ পৰা জব্দ এটা .২২ পিষ্টল, ৪ জাঁই সক্ৰিয় গুলী আৰু বহু পৰিমানৰ ড্ৰাগছ

    চৰাইদেউ জিলাৰ মথুৰাপুৰ আৰক্ষী থানা আৰু ভাৰতীয় সেনাৰ বাহিনীৰ সহযোগত অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল চিংফাঙত আটক NSCN(K) কেডাৰ৷ ধৃত কেডাৰজনৰ পৰা জব্দ এটা .২২ পিষ্টল, ৪ জাঁই সক্ৰিয় গুলী আৰু বহু পৰিমানৰ ড্ৰাগছ।

    ধৃত কেডাৰজনৰ ঘৰ নাগালেণ্ডৰ মন জিলাৰ আপাৰ টিৰু অঞ্চলত। ধৃত কেডাৰজনৰ নাম নাংপং কন্যাক বুলি সেনা সুত্ৰই প্ৰকাশ কৰিছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং