27 C
Guwahati
Monday, November 29, 2021
More

    সুখবৰঃ বিক্ৰী নহয় নুমলীগড় তেল শোধনাগাৰ

    বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকৰ অন্তত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এই কথা ঘোষণা কৰি সকাহ দিলে অসম তথা উত্তৰ-পূৱবাসীক

    এক সুখবৰ। অসমবাসীৰ তীব্ৰ প্ৰতিবাদৰ ওচৰত সেও মানি নুমলীগড় তেল শোধনাগাৰ ব্যক্তিগত খণ্ডত বিক্ৰী নকৰাৰ আশ্বাস দিলে কেন্দ্ৰীয় চৰকাৰে।

    বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকৰ অন্তত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এই কথা ঘোষণা কৰি সকাহ দিলে অসম তথা উত্তৰ-পূৱবাসীক ৷

    উল্লেখ্য যে অসম চুক্তিৰ ফচল নুমলীগড় তেল শোধনাগাৰ ব্যক্তিগতকৰণক লৈ পিছত সমগ্ৰ ৰাজ্যজুৰি অব্যাহত আছিল তীব্ৰ প্ৰতিবাদ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং