23 C
Guwahati
Saturday, October 23, 2021
More

    বন্ধ হ’ব ২০০০ টকাৰ নোট! প্ৰচলন বৃদ্ধি হ’ব ৫০০ টকাৰ, মন্তব্য প্ৰাক্তন বিত্ত সচিব গাৰ্গৰ

    দুহাজাৰ নোটক সৰু নোটৰ সৈতে সলনি কৰিব পাৰি। কাৰণ ডাঙৰ নোট স্থানান্তৰ কৰাটো সঠিক নহয়। এয়া বিমুদ্ৰাকৰণ নহয় তাৰ বিপৰীতে ইয়াক সৰু নোটলৈ সলনি কৰা এটা প্ৰক্ৰিয়াহে

    বিমুদ্ৰাকৰণৰ পিছত জাৰি হোৱা ২ হাজাৰ নোটক লৈ পুনৰ Ex- Finance Secretary এছচি গাৰ্গে ক’লে যে ২০০০ টকীয়া ডাঙৰ নোটৰ সলনি সৰু নোটসমূহৰহে প্ৰচলন বৃদ্ধি হ’ব লাগে। তেওঁ ক’লে যে ২ হাজাৰ টকীয়া নোটসমূহ সলনি হোৱাত কোনো সমস্যা নাই।

    ২০০০ টকীয়া নোট প্ৰচলন নকৰাক সমৰ্থন জনাই কয় যে, ‘২ হাজাৰ টকীয়া নোটসমূহ সলনি হ’লে একো বেয়া নহয়। দুহাজাৰ নোটক সৰু নোটৰ সৈতে সলনি কৰিব পাৰি। কাৰণ ডাঙৰ নোট স্থানান্তৰ কৰাটো সঠিক নহয়। এয়া বিমুদ্ৰাকৰণ নহয় তাৰ বিপৰীতে ইয়াক সৰু নোটলৈ সলনি কৰা এটা প্ৰক্ৰিয়াহে।

    তেওঁ লগতে ক’লে যে, ‘চৰকাৰ আৰু RBIৰ মাজত আঁচনিসমূহ জাৰি কৰাৰ ক্ষেত্ৰত কোনোধৰণৰ মতভেদ নহয়। মোৰ এইটো মনত নাই যে RBI-এ আঁচনি অধিসূচনা হোৱাৰ পিছত কোনোধৰণৰ আপত্তি দৰ্শোৱা নাছিল বা কোনোধৰণৰ মন্তব্যও কৰা নাছিল।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং