15 C
Guwahati
Tuesday, January 25, 2022
More

    তৃতীয় বাৰলৈ স্থগিত নিৰ্ভয়াকাণ্ডৰ ৪ নৰপিশাচৰ ফাঁচীৰ আদেশ

    শীঘ্ৰেই ঘোষিত হব চাৰি দোষীৰ ফাঁচীৰ নতুন দিন

    পুনৰ দেশবাসীলৈ মোক্ষম আঘাত। আজি পুৱা ৬ বজাত ফাঁচী দিয়াৰ কথা আছিল নিৰ্ভয়াকাণ্ডৰ ৪ নৰপিশাচৰ কিন্তু পুনৰ ফাঁচিৰ দিন পিছুৱাই দিয়া হ’ল। দিল্লীৰ পাটিয়ালা হাউচ কৰ্টৰ শুনানি গ্ৰহণৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

    নিৰ্ভয়া গণধৰ্ষণ কাণ্ডৰ ন্যায়িক প্ৰক্ৰিয়াৰ অন্ত। অন্তিমখন ক্ষমা আবেদন নাকচ ৰাষ্ট্ৰপতিৰ। শীঘ্ৰেই ঘোষিত হব চাৰি দোষীৰ ফাঁচীৰ নতুন দিন। তৃতীয় বাৰৰ বাবে আদালতে স্থগিত ৰাখিলে নিৰ্ভয়াকাণ্ডৰ ৪ নৰপিশাচৰ ফাঁচীৰ আদেশ।

    Photo Credit: manoramaonline.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং