20 C
Guwahati
Saturday, December 3, 2022
More

    অখিল গগৈৰ ঘৰত NIA দলৰ বিশেষ তালাচী অভিযান

    অভিযানৰ সময়ত অখিল গগৈৰ ঘৰত সোমাবলৈ দিয়া নাই কাকো

    অখিল গগৈৰ গুৱাহাটীৰ নিজৰাপাৰৰ বাসগৃহত NIA দলৰ তালাচী। পুৱা ৭ বজাতে অখিল গগৈৰ ঘৰত তালাচীৰ বাবে উপস্থিত NIAৰ দলটো। অভিযানৰ সময়ত অখিল গগৈৰ ঘৰত সোমাবলৈ দিয়া নাই কাকো। NIAই অখিল গগৈক নিজৰ জিম্মাত লোৱাৰ বাবে এই অভিযান চলাইছে বুলি সন্দেহ কৰা হৈছে।

    NIAৰ দলটোত আছে ৫ জন বিষয়া। কৃষক নেতাগৰাকীৰ ঘৰৰ সন্মুখত কঠোৰ নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। উল্লেখ্য যে বুধবাৰে বিশেষ বিমানযোগে অখিল গগৈক গুৱাহাটীলৈ অনা হয়। আজি পুৱা ১০ বজাত NIAৰ আদালত হাজিৰ কৰোৱাৰ কথা আছিল গগৈক।

    Photo Credit: East Mojo

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং