২০১৯ৰ ২৮ আগষ্টত NIA-ৰ আদালতে বৰ্ধমান বিস্ফোৰণ সন্দৰ্ভত অসমৰ ৩ জন লোকক দোষী সাব্যস্ত কৰে। NIA-এ ঘটনা সন্দৰ্ভত মুঠ ১৯ জন লোকক দোষী সাব্যস্ত কৰে।
বিস্ফোৰণৰ ঘটনাক লৈ মুঠ ৩০ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল। এই ঘটনাটোত সংঘটিত হৈছিল ২০১৪ চনৰ ২ অক্টোবৰত। ১৯ জন অভিযুক্তৰ ৪ জন বাংলাদেশী নাগৰিক।
অভিযুক্ত ছাইখুল ইছলাম খান ওৰফে ছাইফুল ইছলাম খান ওৰফে আব্দুল্লা বৰপেটাৰ কাহিকুচিৰ, ছাহানুৰ আলম বৰপেটাৰ চাটলা গাঁৱৰ আৰু ছাহিদুল ইছলাম একেখন জিলাৰে বাসিন্দা।