26 C
Guwahati
Thursday, September 29, 2022
More

    ২২ জানুৱাৰীত TOTAL SHUT DOWN কাৰ্যসূচী

    উচ্চতম ন্যায়ালয়ৰ শুনানিৰ পৰিপ্ৰেক্ষিতত এই কাৰ্যসূচী ছাত্ৰ সমাজৰ

    ২২ জানুৱাৰীত TOTAL SHUT DOWN কাৰ্যসূচী। উত্তৰ-পূৱৰ বিশ্ববিদ্যালয়সমূহৰ ছাত্ৰ সমাজৰ এই কাৰ্যসূচী ঘোষণা। উত্তৰ-পূবৰ সকলো বিশ্ববিদ্যালয়ৰ বন্ধৰ আহ্বান ছাত্ৰ সমাজৰ। উচ্চতম ন্যায়ালয়ত CAAৰ শুনানিৰ দিনাই এই কাৰ্যসূচী ঘোষণা।

    উচ্চতম ন্যায়ালয়ৰ শুনানিৰ পৰিপ্ৰেক্ষিতত এই কাৰ্যসূচী ছাত্ৰ সমাজৰ। গুৱাহাটী বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যলয় আদিৰ সৈতে এই কাৰ্যসূচীত ভাগ লৈছে উত্তৰ-পূবৰ অন্য বিশ্ববিদ্যালয় সকলো।

    Photo Credit:The Hindu

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং