সমগ্ৰ বিশ্বতে এতিয়া মাথো কৰ’ণা ভাইৰাছৰ সন্ত্ৰাস। প্ৰতিদিনে বাঢ়িছে কৰ’ণাত মৃত্যু আৰু আক্ৰান্ত হোৱা লোকৰ সংখ্যা। পিছে এইবাৰ প্ৰথমবাৰলৈ আহিছে জন্তুৰ দেহত কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ খবৰ।
নিউয়ৰ্কৰ ব্ৰংক্স চিৰিয়াখানাত কৰ’ণাত আক্ৰান্ত হৈছে এটা বাঘ।ইয়াৰ পিছতে ভাৰততো তৎপৰতা আৰম্ভ হৈছে। ভাৰতৰ সকলো চিৰিয়াখানালৈ নিৰ্দেশনা। চিৰিয়াখানাৰ জীৱ-জন্তুক লক্ষ্য ৰখাৰ নিৰ্দেশ জাৰি। ২৪ ঘণ্টাই CCTVৰে নিৰীক্ষণত ৰখাৰ নিৰ্দেশ। কেন্দ্ৰীয় চিৰিয়াখানা প্ৰাধিকৰণৰ এই নিৰ্দেশনা।
Photo Credit: News18.com