25 C
Guwahati
Thursday, October 21, 2021
More

    কেবৰ বিৰুদ্ধে প্ৰতিবাদ কৰা ছাত্ৰলৈ মৃত্যুৰ ভাবুকি; হোৱাটচএপত প্ৰেৰণ পিষ্টল আৰু গুলী

    বিষয়টো গুৰুত্বসহকাৰে লৈ লখিমপুৰ আৰক্ষীক তদন্ত কৰিবলৈ আহ্বান জনাইছে ছাত্ৰজনৰ পৰিয়ালে

    কেবৰ বিৰুদ্ধে সমগ্ৰ অসম জ্বলি উঠিছে। ৰাজ্যৰ বিভিন্ন স্থানত কেবৰ বিৰুদ্ধে প্ৰতিবাদ, ধৰ্ণা, আন্দোলন অব্যাহত আছে। কোনোপধ্যই কেব মানি নলও বুলি গৰজি উঠিছে অসমবাসী।

    Photo : Time8

    তাৰমাজতে লখিমপুৰত কেবৰ বিৰুদ্ধে প্ৰতিবাদ কৰা ছাত্ৰলৈ আহিছে মৃত্যুৰ ভাবুকি। হোৱাটচএপত প্ৰেৰণ কৰিছে পিষ্টল আৰু গুলীৰ ফটো। বিষয়টো গুৰুত্বসহকাৰে লৈ লখিমপুৰ আৰক্ষীক তদন্ত কৰিবলৈ আহ্বান জনাইছে ছাত্ৰজনৰ পৰিয়ালে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং