23.4 C
Guwahati
Wednesday, October 20, 2021
More

    দক্ষিণ এছিয়া ক্ৰীড়াত অসমৰ হৰ্ষা সিনহাৰ সোণ আৰু ব্ৰঞ্জৰ পদক

    হৰ্ষা সিনহাৰ সোন আৰু ব্ৰঞ্জৰ পদক অৰ্জন

    দক্ষিণ এছিয়া ক্ৰীড়া(২০১৯)ত অসমৰ হৰ্ষা সিনহাৰ সোণ আৰু ব্ৰঞ্জৰ পদক অৰ্জন । নেপালৰ কাঠমাণ্ডুত অনুষ্ঠিত ত্ৰয়োদশ দক্ষিণ এছিয়া ক্ৰীড়াত গুৱাহাটীৰ হৰ্ষা সিনহাই মহিলাৰ পুমছে ব্যক্তিগত শাখাত (৫২ কিলোগ্ৰাম) সোণ আৰু ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে।

    Photo: Time8

    উল্লেখ্য যে হৰ্ষাৰ অভিভাৱক আছিল এসময়ৰ প্ৰখ্যাত ৰাজ্যিক হকী খেলুৱৈ। ভাৰতীয় টাইকোৱানডো ফেডাৰেচনৰ বাবে গঠিত তদৰ্থ (এডহক) সমিতিখনে ভাৰতীয় টাইকোৱানডো খেলুৱৈ দলটোক বাছনি কৰিছে। মহিলাৰ কিউৰোগী দলটোত অসমৰ ৰ’দালি বৰুৱাই ৭৫ কিলোগ্ৰাম শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰিব ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং