15 C
Guwahati
Friday, January 28, 2022
More

    পাকিস্তানৰ পতাকা লোৱাৰ অভিযোগত যুৱকক প্ৰহাৰ; ছচিয়েল মিডিয়াত ভাইৰেল প্ৰহাৰৰ দৃশ্য, চাওক VIDEO

    যুৱকজনক একাংশই কৰা প্ৰহাৰৰ সমগ্ৰ দৃশ্য এতিয়া ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত

    এজন যুৱকৰ বিৰুদ্ধে পাকিস্তানৰ পতাকা লোৱাৰ অভিযোগ তুলি উত্তাল হৈ পৰে দুলীয়াজান। ইমৰান নামৰ এজন যুৱকে নিজৰ বাইকত আঁৰিছিল ইছলাম ধৰ্মীয় পতাকা। একাংশই যুৱকজনে লগোৱা পতাকাখন পাকিস্তানৰ বুলি অভিযোগ তুলি যুৱকজনক প্ৰহাৰ কৰে।

    উজনিৰ #দুলিয়াজানত #ইমৰান নামৰ বহিৰাগত #মুছলমান যুৱক জনৰ হাতত #পাকিস্তানী পতাকা৷ "ভাত খাব #হিন্দুঃস্থানৰ আৰু গুন গাৱ #পাকিস্তানৰ"গতিকে অলপ সাৱধান হ’বৰ হ’ল এই #জেহাদী বোৰৰ পৰা৷

    Posted by Jitu Kalita on Wednesday, November 13, 2019
    jitu.kalitaৰ ফেচবুক পোষ্ট

    যুৱকজনক একাংশই কৰা প্ৰহাৰৰ সমগ্ৰ দৃশ্য এতিয়া ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। সেই সময়ত দুলীয়াজানত চলি আছিল হজৰত মহম্মদৰ জন্ম জয়ন্তীৰ অনুষ্ঠান। এই অনুষ্ঠানৰ পৰাই যুৱকজনে ইছলামিক ধৰ্মীয় পতাকা আনি নিজৰ বাইকত লগোৱাৰ অভিযোগ উত্থাপন হৈছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং