27 C
Guwahati
Saturday, October 23, 2021
More

    Breaking : মহানগৰীত বন্ধ সমৰ্থককাৰীৰ চিটি বাছ আক্ৰমণ

    আৰক্ষীয়ে এজন লোকক আটক কৰিছিল যদিও প্ৰতিবাদকাৰীয়ে আটকাধীন লোকজনক আৰক্ষীৰ পৰা মোকলাই লয়

    কিছু সময়ৰ পূৰ্বে মহানগৰীৰ বামুণীমৈদামত এখন চিটি বাছক আক্ৰমণ কৰে বন্ধ সমৰ্থককাৰীয়ে। বাছখনৰ গ্লাচ ভাঙি বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে।

    Photo : Time8

    আৰক্ষীয়ে এজন লোকক আটক কৰিছিল যদিও প্ৰতিবাদকাৰীয়ে আটকাধীন লোকজনক আৰক্ষীৰ পৰা মোকলাই লয়।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং