23.4 C
Guwahati
Wednesday, October 20, 2021
More

    দেশৰ সেনা প্রধান ৰূপে নিযুক্ত লেফ্টেনেণ্ট জেনেৰেল মনোজ মুকুন্দ নাৰাৱানে

    চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত মনোজ মুকুন্দ নাৰাৱানেই ভাৰতীয় সেনাৰ উপ–প্ৰমুখৰ দায়িত্ব লাভ কৰিছিল

    ভাৰতীয় সেনাৰ নতুন মূৰব্বী হ’ব লেফ্টেনেণ্ট জেনেৰেল মনোজ মুকুন্দ নাৰাৱানে। ৩১ ডিচেম্বৰ, ২০১৯ত অৱসৰ গ্ৰহণ কৰিব বৰ্তমানৰ সেনা প্ৰধান বিপিন ৰাৱাটে। ভাৰতীয় সেনা প্ৰধান জেনেৰেল বিপিন ৰাৱটৰ পিছত মনোজ মুকুন্দ নাৰাৱানেই চম্ভালি ল’ব ভাৰতীয় সেনা প্ৰধানৰ দায়িত্ব।

    Photo credit : business-standard.com

    চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত মনোজ মুকুন্দ নাৰাৱানেই ভাৰতীয় সেনাৰ উপ–প্ৰমুখৰ দায়িত্ব লাভ কৰিছিল। ভাৰতৰ ২৮ সংখ্যক সেনা প্ৰধান ৰূপে নিযুক্তি প্ৰদান লেফটেনেন্ট জেনেৰেল মনোজ মুকুন্দ নাৰাৱানেক।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং