২০২০ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী মুকলি কৰিলে অসম মাধ্যমিক শিক্ষা পৰিষদ অৰ্থাৎ ছেবাই। এইবাৰৰ মেট্ৰিক পৰীক্ষা ফেব্ৰুৱাৰী ১০ তাৰিখৰ পৰা আৰম্ভ হৈ ২৯ ফেব্ৰুৱাৰীত অন্ত পৰিব।

Published:
First published