35 C
Guwahati
Wednesday, October 13, 2021
More

    ব্যৱসায়ী ৰাজেশ হিম্মৎসিংকাৰ ঘৰত উদ্ধাৰ ড্ৰাগ্ছ

    গুৱাহাটীৰ ভঙাগড় কামাখ্যানগৰস্থিত ৰাজেশ হিম্মৎসিংকাৰ ঘৰত আৰক্ষী আৰু CID-এ যুটীয়াভাৱে অভিযান চলাই জব্দ কৰে হেৰ'ইনভৰ্তি কণ্টেইনাৰ

    এইবাৰ আন এক বিতৰ্কৰ মাজত সোমাই পৰিছে ব্যৱসায়ী ৰাজেশ হিম্মৎসিংকা। বিতৰ্কিত ব্যৱসায়ীজনৰ ঘৰত এইবাৰ উদ্ধাৰ হৈছে হেৰ’ইন।

    গুৱাহাটীৰ ভঙাগড় কামাখ্যানগৰস্থিত ৰাজেশ হিম্মৎসিংকাৰ ঘৰত ভঙাগড় আৰক্ষী আৰু CID-এ যুটীয়াভাৱে অভিযান চলাই জব্দ কৰে হেৰ’ইনভৰ্তি ৩৮টা কণ্টেইনাৰ।

    আৰু ইয়াৰ পিছতে ব্যৱসায়ী ৰাজেশ হিম্মৎসিংকাৰ লগতে গাড়ীচালক শত্ৰুঘ্ন কান্তিক দিয়া হৈছে CIDৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ নিৰ্দেশ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং