29 C
Guwahati
Saturday, October 23, 2021
More

    কামপুৰত ৰে’লগেটৰ সমীপত মৃতদেহ উদ্ধাৰ

    নিশা চলন্ত ৰে'লৰ পৰা পৰি যোৱাৰ সন্দেহ

    কামপুৰ কাকতিগাঁৱৰ ৰে’লগেটৰ সমীপত মৃতদেহ উদ্ধাৰ ৷ নিশা চলন্ত ৰে’লৰ পৰা পৰি যোৱাৰ সন্দেহ ৷

    ঘটনাস্থলীত ৰে’ল আৰক্ষী উপস্থিত ৷ মৃত লোকজন কামপুৰ চৰাইহাগী গাঁৱৰ ৰক্তিম লস্কৰ বুলি জানিব পৰা গৈছে ৷

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং