28 C
Guwahati
Wednesday, October 27, 2021
More

    কাৰ বিৰোধিতাৰে হোজাইত সত্যাগ্রহ কাৰ্যসূচী ৰূপায়ণ

    ৩০ টাকৈ জনগোষ্ঠীয় সংগঠনৰ সত্যাগ্রহ কাৰ্যসূচীৰে উত্তাল প্ৰতিবাদ

    হোজাই জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ চৌহদত আছু,আমছুৰ লগতে ৩০ টাকৈ জনগোষ্ঠীয় সংগঠনে সত্যাগ্রহ কাৰ্যসূচী ৰূপায়ণ কৰে।

    হোজাই জিলা আমছুৱে কেবা শতাধিক কর্মী লগত লৈ ৪ ঘন্টীয়া মৌন অৱস্থান ধর্মঘটত বহে। কা বাতিলৰ দাবীত হোজাইৰ শংকৰদেৱ নগৰ উপায়ুক্তৰ কাৰ্যালয়ৰ চৌহদ আছুয়ে বিভিন্ন শ্ল’গানৰে উত্তাল কৰি তোলে।

    Photo Credit: @sohidulalam

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং