15 C
Guwahati
Saturday, January 15, 2022
More

    ‘কোৰানৰ কলংকিত কথা’ গ্ৰন্থ লিখা সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে গোচৰ AIUDF নেতাৰ

    বিজেপি নেতা সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে AIUDFৰ সাধাৰন সম্পাদক নুৰুল আমিন চৌধুৰীয়ে ৰুজু কৰিলে গোচৰ

    ‘ইছলাম আৰু কোৰাণৰ কলংকিত কথা’ নামৰ শীৰ্ষক গ্ৰন্থক লৈ তীব্ৰ বিতৰ্ক, চৰ্চা চলি থকাৰ সময়তে গ্ৰন্থখন লিখা বিজেপি নেতাৰ বিৰুদ্ধে গোচৰ ৰুজ হ’ল নগাঁও সদৰ থানাত। ইছলাম আৰু কোৰাণৰ কলংকিত কথা নামৰ গ্ৰন্থ লিখা বিজেপি নেতা সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে দাখিল কৰিলে এজাহাৰ।

    Photo: Time8

    বিজেপি নেতা সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে AIUDFৰ সাধাৰন সম্পাদক নুৰুল আমিন চৌধুৰীয়ে ৰুজু কৰিলে গোচৰ। গ্ৰন্থখনৰ প্ৰকাশকৰ বিৰুদ্ধেও ৰুজু গোচৰ।

    কিছুদিন পূৰ্বে কে জামান নামৰ এজন অধিবক্তাই ৰুজু কৰিছিল গোচৰ। উল্লেখ্য যে কোৰাণৰ বিৰোধিতাৰে কিছুদিন পূৰ্বে ইছলাম আৰু কোৰাণৰ কলংকিত কথা শীৰ্ষক গ্ৰন্থ লিখি উলিয়াইছিল বিজেপি নেতাজনে আৰু তাকে লৈ বৰ্তমানো অব্যাহত আছে তীব্ৰ বিতৰ্কৰ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং