27 C
Guwahati
Wednesday, October 13, 2021
More

    BREAKING: ডিব্ৰুগড়ত অগপৰ জিলা কাৰ্যালয় লণ্ড-ভণ্ড কৰিলে আছুৱে

    কম্পিউটাৰকে ধৰি বহু আচবাবো চূৰ্ণবিচুৰ্ণ কৰে কৰ্মীয়ে

    CABক লৈ ৰাজ্যজুৰি চলি থকা তীব্ৰ প্ৰতিবাদৰ মাজতে ডিব্ৰুগড়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি। অগপৰ ডিব্ৰুগড় জিলা কাৰ্যালয় লণ্ড-ভণ্ড কৰিলে প্ৰতিবাদকাৰী আছুকৰ্মীয়ে। কম্পিউটাৰকে ধৰি বহু আচবাবো ভাঙি নষ্ট কৰিলে একাংশ আছু কৰ্মীয়ে। অগপই নাগৰিকত্ব সংশোধনী বিলখন সমৰ্থন কৰাৰ পিছতে আছু কৰ্মীয়ে ভাঙি চূৰ্ণ-বিচুৰ্ণ কৰে অগপ কাৰ্যালয়।

    CABক লৈ ডিব্ৰুগড়ত উত্তপ্ত পৰিস্থিতি

    BIG BREAKING CABক লৈ ডিব্ৰুগড়ত উত্তপ্ত পৰিস্থিতিভাঙি লণ্ডভণ্ড কৰিলে অগপৰ কাৰ্যালয়

    Posted by TIME8 on Saturday, December 7, 2019
    চাওক VIDEO

    আছু কৰ্মীৰ এই কাণ্ডৰ পিছতে উত্তাল হৈ পৰে সমগ্ৰ অঞ্চল। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং