27 C
Guwahati
Sunday, October 2, 2022
More

    শুৱালকুছিত ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সলিল সমাধি এজন যুৱকৰ

    বস্ত্ৰ নগৰী শুৱালকুছিত অঘটন। ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সলিল সমাধি এজন যুৱকৰ।

    সমনীয়াৰ সৈতে নদীত গা ধুবলৈ গৈছিল যুৱকজনে।

    মৃত যুৱকজনৰ নাম টিংকু চৌধুৰী। শুৱালকুছিৰ ভাটিপাৰাৰ নিবাসী যুৱকজন।

    গা ধুই থাকোতে ব্ৰহ্মপুত্ৰত নিৰুদ্দেশ হোৱাৰ লগে লগে স্থানীয় যুৱকসকলে যুৱকজনৰ সন্ধান উলিয়াই।

    কিন্তু ইতিমধ্যে যুৱকজনৰ মৃত্যু ঘটিছিল। কৰুণ মৃত্যুক সাৱটি লোৱা যুৱকজনৰ বয়স ২৫ বছৰ।

    ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

    ঘটনাটোৰ পিছতে অঞ্চলজুৰি শোকৰ ছাঁ।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং