22 C
Guwahati
Thursday, December 1, 2022
More

    Breaking: হাজোত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ৩জন

    নৱ প্ৰজন্মক তিলতিলকৈ মৃত্যুমুখলৈ ঠেলি দিছে এই চক্ৰই

    হাজোৰ মহাদেৱতোলাত আৰক্ষীৰ অভিযান। বৃহৎ পৰিমাণৰ ড্ৰাগছসহ নিচাজাতীয় টেবলেট জব্দ কৰিছে আৰক্ষীয়ে। নগদ ধন,পাঁচটা মোবাইলসহ ৩ জনক গ্ৰেপ্তাৰ। ড্ৰাগছ হাজোৰ মহাদেৱতোলাত আৰক্ষীৰ অভিযান। বৃহৎ পৰিমাণৰ ড্ৰাগছসহ নিচাজাতীয় টেবলেট জব্দ কৰিছে আৰক্ষীয়ে। নগদ ধন,পাঁচটা মোবাইলসহ ৩ জনক গ্ৰেপ্তাৰ।

    ধৃত অপৰাধীকেইটাৰ নাম ধনেশ্বৰ দাস,বাসুদেৱ দাস আৰু নুৰুল হুছেইন। দীৰ্ঘদিনে হাজোৰ বিভিন্ন প্ৰান্তত ড্ৰাগছ নিচাযুক্ত দ্ৰব্যৰ ব্যৱসায় কৰি নৱ প্ৰজন্মক তিলতিলকৈ মৃত্যুমুখলৈ ঠেলি দিছে এই চক্ৰই।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং