31 C
Guwahati
Wednesday, September 28, 2022
More

    গুৱাহাটীৰ যান–জঁট ৰোধৰ বাবে পৰিবহণ বিভাগৰ নতুন প্লেন, চিটীবাছক দিয়া হ’ব ‘টাইম কাৰ্ড’

    যাত্ৰাৰ পূৰ্বে চিটীবাছসমূহক দিয়া হ'ব একোখন ‘টাইম কাৰ্ড’। ‘টাইম কাৰ্ড’ অনুসৰি কোনো এখন চিটীবাছে অভাৰটেক কৰিব নোৱাৰিব আন এখন চিটীবাছক

    মহানগৰীৰ যান-জঁট নিয়ন্ত্ৰণ কৰাৰ বাবে জিলা পৰিবহণ বিভাগৰ তৎপৰতা। চিটীবাছৰ চলাচলত নতুন নীতি প্ৰয়োগ কৰিব পৰিবহণ বিভাগে। ‘টাইম কাৰ্ড’ৰ জৰিয়তে সময়সূচীমতে চলিব লাগিব চিটীবাছ। খানাপাৰাত পৰিবহণ বিভাগ আৰু যান-বাহন আৰক্ষীয়ে চলাইছে এই সজাগতা অভিযান।

    যাত্ৰাৰ পূৰ্বে চিটীবাছসমূহক দিয়া হ’ব একোখন ‘টাইম কাৰ্ড’। ‘টাইম কাৰ্ড’ অনুসৰি কোনো এখন চিটীবাছে অভাৰটেক কৰিব নোৱাৰিব আন এখন চিটীবাছক।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং