27 C
Guwahati
Wednesday, December 1, 2021
More

    গুৱাহাটীৰ হোটেল ৰাজধানী ৰেজেঞ্চীত CBIৰ অভিযান

    অভিযানত আটক কৰে NBCCৰ DGMক

    মহানগৰীৰ হাতীগাঁৱৰ বিলাসী হোটেল ৰাজধানী ৰেজেঞ্চীত বুধবাৰে নিশা অভিযান চলাই CBI-এ। সন্ধিয়া ৭ বজাৰ পৰা চলাই এই অভিযান। অভিযানত আটক কৰে NBCCৰ DGM উত্পল পালক।

    NBCCৰ DGM-এ ঠিকাদাৰৰ পৰা উৎকোচ লোৱাৰ সময়ত হাতে লোটে ধৰা পৰে CBIৰ হাতত। ২ লাখ ৫০ হাজাৰ টকা উৎকোচ লৈছিল ধৃত লোকজনে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং