26 C
Guwahati
Sunday, October 24, 2021
More

    Big Breaking: অসম আৰক্ষীৰ নতুন সঞ্চালক প্ৰধান(ভাৰপ্ৰাপ্ত) পদৰ দায়িত্বভাৰ গ্ৰহণ ভাস্কৰ জ্যোতি মহন্তৰ

    অসম আৰক্ষীৰ সঞ্চালক প্ৰধান পদৰ দায়িত্ব গ্ৰহণ কৰিলে IPS বিষয়া ভাস্কৰ জ্যোতি মহন্তই। আজি কুলধৰ শইকীয়াই আনুষ্ঠানিক ভাৱে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান পদৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত এই দায়িত্বত অধিষ্ঠিত হয় ভাস্কৰজ্যোতি মহন্ত।

    Video: Time8

    উল্লেখ্য যে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কোন হ’ব তাক লৈ ৰাজ্যজুৰি চৰ্চা অব্যাহত আছিল। UPSC ৰ বৈঠকতহে অসমৰ পৰৱৰ্তী পূৰ্ণকালীন আৰক্ষী সঞ্চালক প্ৰধান কোন হ’ব সেই লৈ সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং