26 C
Guwahati
Wednesday, December 7, 2022
More

    Breaking: চামগুৰিত নলাত উদ্ধাৰ নৱজাতকৰ মৃতদেহ

    কাৰ্টনত ভৰাই থোৱা অৱস্থাত উদ্ধাৰ নৱজাতকটি

    গণৰাজ্য দিৱসৰ দিনাই চামগুৰিৰ ভগামূৰত নৱজাতকৰ মৃতদেহ উদ্ধাৰ। নলাত ভিতৰত কাৰ্টনত ভৰাই থৈছিল নৱজাত শিশুটিক।

    নিশাই নৱজাতকটিক কোনো লোকে থৈ যোৱাৰ সন্দেহ ৰাইজৰ। চামগুৰি আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰিছে মৃতদেহটো। এসপ্তাহত চামগুৰিৰ কনুৱামাৰি আৰু ভগামুৰত দুটাকৈ মৃত নবজাতক উদ্ধাৰে সৃষ্টি কৰিছে চাঞ্চল্যৰ।

    Photo [email protected]

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং