33 C
Guwahati
Tuesday, September 27, 2022
More

    নৌ সেনাই নিশ্চিত কৰিলে- প্ৰকৃত হয় এলিয়েঞ্চৰ জাহাজৰ ভিডিঅ’

    এতিয়া আমেৰিকা নৌ সেনাই নিশ্চিত কৰিছে যে এই ভাইৰেল ভিডিঅ'কেইটা প্ৰকৃত, কিন্তু ভিডিঅ'কেইটা ৰাজহুৱা কৰাৰ অনুমতি প্ৰদান কৰা নাছিল

    আমেৰিকাত ভাইৰেল হৈ পৰিছে ৩টা ভিডিঅ’। ভিডিঅ’ কেইটাত সামৰিক বিমানৰ সৈতে এলিয়েনৰ জাহাজৰ মুখামুখি হোৱা দেখা গৈছে। ৰহস্যময়ী UFOs-এ মহাকাশত দেখুওৱা বায়ু প্ৰদৰ্শন বিশ্বত থকা কোনো Aviation Technologyৰ দ্বাৰা সম্ভৱ নহয়। এই ভিডিঅ’কেইটা প্ৰকাশ পোৱাৰ পিছতে এয়া কিমান সত্য, এই সন্দৰ্ভত উত্থাপন হৈছিল প্ৰশ্নৰ।

    এতিয়া আমেৰিকা নৌ সেনাই নিশ্চিত কৰিছে যে এই ভাইৰেল ভিডিঅ’কেইটা প্ৰকৃত, কিন্তু ভিডিঅ’কেইটা ৰাজহুৱা কৰাৰ অনুমতি প্ৰদান কৰা নাছিল।

    পেণ্টাগনে ভিডিঅ’ লীক হোৱাৰ অভিযোগ উত্থাপন কৰিছে। তেওঁলোকৰ মতে অফিচিয়েল ভিডিঅ’ বৰ্তমানো তেওঁলোকৰ লগতে আছে। ভিডিঅ’কেইটা ৰাজহুৱা কৰাৰ অনুমতি প্ৰদান কৰা নাছিল।

    photo credit: aol.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং