25 C
Guwahati
Thursday, October 6, 2022
More

    নলবাৰীত চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়াত নুৰিল জাতীয় পতাকা

    গণৰাজ্য দিৱসক সন্মান নজনোৱা কাৰ্যত দুখপ্ৰকাশ বেলশৰবাসীৰ

    সমগ্ৰ দেশতে উলহ-মালহেৰে উদযাপিত হৈছে ৭১ সংখ্যক গণৰাজ্য দিৱস। আজিৰ দিনটোত সকলো অনুষ্ঠান-প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান তথা কাৰ্যালয় আদিত জাতীয় পতাকা উৰিল।

    কিন্তু নলবাৰী চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়াৰ বেলশৰ শাখাত নুৰিল জাতীয় পতাকা। এটা ৰাষ্ট্ৰীয়কৃত বেংকে গণৰাজ্য দিৱসক সন্মান নজনোৱা কাৰ্যক সহজভাৱে ল’ব পৰা নাই বেলশৰবাসীয়ে।

    Photo Credit:@hirakdeka

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং