30 C
Guwahati
Wednesday, October 27, 2021
More

    CAB: ঝাৰখণ্ডৰ পৰা অসমলৈ মেছেজ, প্ৰধানমন্ত্ৰী মোদীয়ে ক’লে- মোৰ ওপৰত বিশ্বাস ৰাখক

    প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক'লে যে মই উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যখ আশ্বাস দিছো যে অসমসহ প্ৰতিখন ৰাজ্যৰ পৰম্পৰা, সংস্কৃতি, ভাষাত কোনোধৰণৰ প্ৰভাৱ নপৰিব

    নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমত প্ৰতিবাদ অব্যাহত। গুৱাহাটী, ডিব্ৰুগড়সহ কেইবাটাও স্থানত তীব্ৰ প্ৰতিবাদ অব্যাহত। অসমৰ ওপৰত কেন্দ্ৰ চৰকাৰে দৃষ্টি নিৱদ্ধ কৰি ৰাখিছে। ইয়াৰ মাজতে ঝাৰখণ্ডত নিৰ্বাচনী ৰেলী সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক’লে যে আপোনালোক কংগ্ৰেছৰ উচতনিত নজৰ নিদিব। মোৰ ওপৰত আৰু কেন্দ্ৰ চৰকাৰৰ ওপৰত বিশ্বাস ৰাখক।

    প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক’লে যে মই উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যখ আশ্বাস দিছো যে অসমসহ প্ৰতিখন ৰাজ্যৰ পৰম্পৰা, সংস্কৃতি, ভাষাত কোনোধৰণৰ প্ৰভাৱ নপৰিব। মোৰ ওপৰত বিশ্বাস ৰাখক। কেন্দ্ৰ চৰকাৰে আপোনাৰ বিকাশৰ বাবে ৰাজ্য চৰকাৰৰ সৈতে কাম কৰিব। কংগ্ৰেছৰ মন্তব্যত বিপথে পৰিচালিত নহ’ব। ৰাজ্যসভাত কংগ্ৰেছ ৯৯ৰ পাকত ফাচিছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং