27 C
Guwahati
Monday, September 26, 2022
More

    ৬৯ বছৰীয়া হ’ল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

    ১৯৫০ চনৰ আজিৰ দিনটোতে গুজৰাটৰ ভাদনগৰত জন্ম লাভ কৰা নৰেন্দ্ৰ মোদীয়ে ভৰি দিলে ৬৯ বছৰত

    সমগ্ৰ বিশ্বতে জনপ্ৰিয় নেতাৰূপে বিবেচিত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি ওপজা দিন। ১৯৫০চনৰ আজিৰ দিনটোতে গুজৰাটৰ ভাদনগৰত জন্ম লাভ কৰা নৰেন্দ্ৰ মোদীয়ে ভৰি দিলে ৬৯ বছৰত।

    জন্মদিন উপলক্ষে প্ৰধানমন্ত্ৰীজনে মাতৃৰ আশীৰ্বাদ লৈ গান্ধীনগৰৰ পৰা নৰ্মদা জিলালৈ যাব আৰু তাত ষ্টেচ্যু অৱ ইউনিটী আৰু চৰদাৰ সৰোবৰ বান্ধৰ প্ৰস্তুতিৰ বুজ ল’ব তেওঁ। তাৰ পিছতে তেওঁ দত্তাত্ৰেয় মন্দিৰলৈ যাব, লগতে এখন গাঁৱত সভা সম্বোধন কৰি ‘নমামি নৰ্মদে মহোৎসৱ’ৰ আৰম্ভণিও কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং