22 C
Guwahati
Sunday, December 5, 2021
More

    Breaking: বিহালীত জুইত জাহ গ’ল নামঘৰ

    সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ অধিৱেশনস্থলীত স্থাপন কৰা হৈছিল নামঘৰটো

    ৰাজ্যত সঘনাই বৃদ্ধি পাবলৈ ধৰিছে অগ্নিকাণ্ডৰ ঘটনা। বিহালীৰ ৰাংচালীত জুইত জাহ গ’ল নামঘৰ ৷ ৰাংচালীৰ জনতা বাকৰিস্থিত নামঘৰটো জুইত ভস্মীভূত। ২০১৯ চনত অনুষ্ঠিত সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ অধিৱেশনস্থলীত স্থাপন কৰা হৈছিল নামঘৰটো৷

    স্থানীয় একাংশ লোকে জুই জ্বলা প্ৰত্যক্ষ কৰে নামঘৰটোত। মূহূৰ্ততে ৰাইজৰ মাজত হুৱাদুৱা লাগে। অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াত পৰৱৰ্তী সময়ত জুই নুমুৱাই নামঘৰটোৰ এটা অংশহে বচাবলৈ সক্ষম হয়।

    Photo Credit:@sayanika-deka

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং