30 C
Guwahati
Wednesday, October 27, 2021
More

    নলবাৰীত জব্দ বৃহৎ পৰিমাণৰ নিষিদ্ধ আফিং

    নলবাৰী পাইকাৰকুছি চ'কত আৰক্ষীৰ সফল অভিযান

    নলবাৰী ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ পাইকাৰকুছি চ’কত বৃহৎ পৰিমানৰ আফিং জব্দ ৷

    নলবাৰী উপ আৰক্ষী অধীক্ষকৰ নেতৃত্বত এক গোপন খবৰৰ ভিত্তিত নলবাৰী পাইকাৰকুছি চ’কত AS01DZ 9110 নম্বৰৰ এখন চাৰিচকীয়া এল্ট’ বাহনৰ সৈতে প্ৰায় ৫০০গ্ৰাম আফিং জব্দ কৰে ৷ ঘটনা সন্দৰ্ভত এজন লোকক আটক আৰক্ষীৰ।

    Photo credit:@hirakdeka

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং