নলবাৰীৰ কৈৰাৰাত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়াৱহ পথ দুৰ্ঘটনা। ট্ৰাকৰ তলত সোমাল চাৰিচকীয়া বাহন। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত তিনিজন আৰু এজন নিহত। নিহত লোকজনৰ নাম বৰপেটাৰ প্ৰদীপ কুমাৰ চাহা।
দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ নম্বৰ AS01LC 1581 আৰু চাৰিচকীয়া বাহনখন নম্বৰ AS01AY 8178। দুৰ্ঘটনাত আহত লোককেইজনক নলবাৰী শ্বহীদ মুকুন্দ কাকতিলৈ প্ৰেৰণ কৰা হয়।
Guwahati | Edited by: Dulu Medhi