25 C
Guwahati
Thursday, October 21, 2021
More

    Breaking: নলবাৰী জিলা কাৰাগাৰত মৃত্যু কয়দীৰ

    ৭ ফেব্ৰুৱাৰীত খোৰাকী গোচৰত কাৰাৰুদ্ধ হৈছিল কয়দী উত্তম ঘোষ

    নলবাৰী জিলা কাৰাগাৰত অঘটন। শুই থকা অৱস্থাতে বিছনাত মৃত অৱস্থাত উদ্ধাৰ এজন কয়দী। কয়দীজনৰ নাম উত্তম ঘোষ(৫৫)। সাত ফেব্ৰুৱাৰীত খোৰাকী গোচৰত কাৰাৰুদ্ধ হৈছিল উত্তম ঘোষ।

    জানিব পৰা হোৱা নাই মৃত্যুৰ কাৰণ। উত্তম ঘোষৰ ঘৰ ৰঙিয়াত।মৰণোত্তৰ পৰীক্ষাৰ বাবে ইতিমধ্যে নলবাৰী চিভিল হস্পিতাললৈ জিলা কাৰাগাৰ কৰ্তৃপক্ষই প্ৰেৰণ কৰিছে কয়দীজনৰ মৃতদেহ।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং