18 C
Guwahati
Friday, January 14, 2022
More

    হাতত তাল, গাত বোকা সানি লৈ CABৰ বিৰুদ্ধে গৰজি উঠা কোন এই যুৱক? চাওক ভাইৰেল ভিডিঅ’

    নাটকীয় ৰূপত কৰা যুৱকজনৰ প্ৰতিবাদৰ দৃশ্য ছচিয়েল মিডিয়াত ইতিমধ্যে ভাইৰেল হৈ পৰিছে।

    চৌদিশে এতিয়া নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ উত্তাল প্ৰতিবাদ। তাৰ মাজতে নলবাৰীৰ এজন যুৱকৰ CABৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

    Video: Time8

    নাটকীয় ৰূপত কৰা যুৱকজনৰ প্ৰতিবাদৰ দৃশ্য ছচিয়েল মিডিয়াত ইতিমধ্যে ভাইৰেল হৈ পৰিছে। যুৱকজনৰ নাম হীৰক কলিতা। ঘৰ বৰভাগৰ কালাগত। হাতত তাল লৈ গাত বোকা সানি লৈ পথাৰত চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে নাটকীয় ভংগিমাৰে কৰিলে প্ৰতিবাদ। CABৰ বিৰুদ্ধে হীৰক কলিতাৰ ব্যতিক্ৰমী প্ৰতিবাদক অনেক লোকেই শলাগ লৈছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং